চদোম আৰু ঘমোৰাৰ দিনত লোটৰ জোঁৱাইসকলে দুৰ্যোগৰ সন্মুখীন হৈছিল কাৰণ তেওঁলোকে এই সতৰ্কবাণীক ধেমালি বুলি গণ্য কৰিছিল। ঈশ্বৰৰ সতৰ্কবাণীক আওকাণ কৰা ভাববাদীজনক বাটত এটা সিংহই কৰুণভাৱে হত্যা কৰিলে। মোচিৰ সময়ত নিস্তাৰ-পৰ্ব্ব পালন নকৰা প্ৰতিটো মিচৰীয়া পৰিয়ালৰ প্ৰথম সন্তানৰ মৃত্যু হৈছিল। এই ঐতিহাসিক বিৱৰণীবোৰৰ জৰিয়তে আমি শিকিছো যে এই যুগত আমাক দিয়া ঈশ্বৰৰ সতৰ্কবাণীৰ প্ৰতি আমি মনোযোগ দিব লাগিব।
খ্ৰীষ্ট আনছাংহোঙে কৈছিল, ঈশ্বৰৰ আজ্ঞা পালন কৰাই ঈশ্বৰক প্ৰেম কৰা। তেওঁ আমাক এইটোও শিকাইছিল যে, যেনেকৈ যাত্ৰাৰ সময়ত, নিস্তাৰ-পৰ্ব্বৰ আজ্ঞা পালন কৰিলেহে আমি দুৰ্যোগৰ পৰা মুক্তিৰ চিন লাভ কৰিব পাৰিম আৰু ভৱিষ্যদ্বাণী কৰা শেষ দুৰ্যোগৰ মাজত ঈশ্বৰৰ সুৰক্ষাৰ অধীনত থাকিব পাৰিম।
119 Bundang P.O.Box, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of KOREA
Tel 031-738-5999 Fax 031-738-5998
Head Office: 50, Sunae-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
Main Church: 35, Pangyoyeok-ro, Bundang-gu, Seongnam-si, Gyeonggi-do, Rep. of Korea
ⓒ World Mission Society Church of God. All rights reserved. Privacy Policy